Prag News (@pragnews) 's Twitter Profile
Prag News

@pragnews

Prag News is one of the best and leading Assamese live news channel for the most authentic and latest updates. Get breaking news from across the globe 24x7

ID: 776063255198388226

linkhttp://www.pragnews.com calendar_today14-09-2016 14:21:13

49,49K Tweet

70,70K Followers

9 Following

Prag News (@pragnews) 's Twitter Profile Photo

‘‘মোক মুখ্যমন্ত্ৰীৰ পদ নালাগে ..মই তিলোত্তমাৰ ন্যায় বিচাৰো’’ - মমতা বেনাৰ্জী পদত্যাগ কৰিবলৈ সাজু pragnews.com/national-assam… #MamataBanerjee #KolkataDoctorCase #Resignation #WestBengal #PragNews

Prag News (@pragnews) 's Twitter Profile Photo

সীতাৰাম য়েচুৰীৰ ৰাজনৈতিক যাত্ৰা ; অল ইণ্ডিয়া টপাৰৰ পৰা ৰাজনীতিৰ সাগৰলৈ pragnews.com/politics-assam… #SitaramYechury #CPIM #PragNews

Prag News (@pragnews) 's Twitter Profile Photo

মেক্স ছাৰ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হ’ল কিশোৰ কলিতাৰ তথ্যচিত্ৰ 'লেটাৰ্ছ ফ্ৰম ভিয়েটনাম' pragnews.com/entertainment-… #documantary #nominationformaxsirinternationalfilmfestival #internationalfilmfestival #kishorekalita #PragNews

Prag News (@pragnews) 's Twitter Profile Photo

অটো চালক ছয়নালৰ জঘন্য কাণ্ড! মানসিক বিকাৰগ্ৰস্ত কিশোৰীক ধৰ্ষণ কৰাৰ ফলত হ’ল ৫মাহৰ অন্তঃসত্ত্বা pragnews.com/regional-assam… #assam #crime #bilashipara #police #PragNews

Prag News (@pragnews) 's Twitter Profile Photo

বিশাল ফুকনে বিয়াত কোটি টকীয়া উপহাৰ দিয়াতো হয়! স্বীকাৰ কৰিলে চুমি বৰাই pragnews.com/regional-assam… #sumiborah #sumiborahcase #dibrugarhjail #gift #PragNews

Prag News (@pragnews) 's Twitter Profile Photo

কোচবিহাৰ ৰে’ল ষ্টেশনত ৯জন বাংলাদেশী আটক pragnews.com/national-assam… #bangladeshi #railstation #CoochBehar #arrest #PragNews

Prag News (@pragnews) 's Twitter Profile Photo

প্ৰায় ১২ লাখ পৰীক্ষাৰ্থীৰে অনু্ষ্ঠিত হ’ব তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা ২০২৪ ; কটকটীয়া নিৰাপত্তা ব্যৱস্থা pragnews.com/education-assa… #AssamDirectRecruitment #3rdgrade #4thgrade #adre2024 #PragNews

Prag News (@pragnews) 's Twitter Profile Photo

আম আদমী পাৰ্টিয়ে ঘূৰাই পালে নেতা ; কিন্তু দিল্লীবাসীয়ে নাপালে মুখ্যমন্ত্ৰী pragnews.com/politics-assam… #ammadmiparty #ArvindKejriwal #DelhiAap #Politics #PragNews

Prag News (@pragnews) 's Twitter Profile Photo

বজালী আৰক্ষীৰ বৃহৎ সফলতা; দুই চিলনী চোৰসহ দুই সোণাৰীক গ্ৰেপ্তাৰ pragnews.com/regional-assam… #bajalipolice #arrest #thief #assamesenews #PragNews

Prag News (@pragnews) 's Twitter Profile Photo

অভিষেক মনু সিংভিৰ যুক্তিয়ে ভাঙিলে তিহাৰ জেলৰ তলা ; মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিন মঞ্জুৰ pragnews.com/politics-assam… #ArvindKejriwal #AAPDelhi #AbhishekSinghvi #politics #PragNews

Prag News (@pragnews) 's Twitter Profile Photo

গুজৰাটৰ ‘বুলড’জাৰ ন্যায়’; কঠোৰ সমালোচনা উচ্চতম ন্যয়ালয়ৰ pragnews.com/national-assam… #gujrat #boldozeraction #PragNews

Prag News (@pragnews) 's Twitter Profile Photo

কেনেকৈ ডাউনলোড কৰিব পাৰি কেন্দ্ৰীয় লোকসেৱা আয়োগৰ (UPSC) মূল পৰীক্ষাৰ এডমিট কাৰ্ড জানো আহক - pragnews.com/education-assa… #upscexam #UPSC2024 #upscadmitcard #upscaspirants #indian #PragNews

Prag News (@pragnews) 's Twitter Profile Photo

আজিৰ দিনটো কেনে যাব? ৰাশিফল চাওঁ আহক pragnews.com/lifestyle-assa… #dailyupdates #horoscopetoday #lifestyle #today #PragNews

Prag News (@pragnews) 's Twitter Profile Photo

খাদ্য সুৰক্ষা বিভাগে উদঙালে শ্ৰীগংগানগৰত ঘিউৰ কাৰখানা ; জব্দ সকলো সামগ্ৰী pragnews.com/national-assam… #desighee #ghee #Adulteratedghee #FakeGhee #busted #health #PragNews

Prag News (@pragnews) 's Twitter Profile Photo

‘এই অভিযোগবোৰ স্পষ্টৰূপে অযুক্তিকৰ, মনেসজা আৰু ভিত্তিহীন’ ; হিণ্ডেনবাৰ্গৰ অভিযোগ নাকচ আদানী গ্ৰুপৰ pragnews.com/bussiness-assa… #AdaniGroup #GautamAdani #hindenburgresearch #310million #allegations #PragNews

Prag News (@pragnews) 's Twitter Profile Photo

আজি ৰাষ্ট্ৰীয় হিন্দী দিৱস ; কিয় পালন কৰা হয় এই দিৱস জানো আহক pragnews.com/lifestyle-assa… #nationalhindiday #lifestyle #hindiimportant #National #PragNews

Prag News (@pragnews) 's Twitter Profile Photo

আপোনাৰো আছে নেকি এটাতকৈ অধিক বেংক একাউণ্ট ? হ’ব পাৰে অৰ্থনৈতিক ক্ষতি pragnews.com/bussiness-assa… #bankaccount #disadvantaged #business #taxreturn #interestrates #PragNews

Prag News (@pragnews) 's Twitter Profile Photo

ভোল এবিধ উপকাৰী পাচলি! জানি লওক নানা গুণৰ কথা pragnews.com/health-assames… #spongegourd #benefits #vegetable #food #PragNews

Prag News (@pragnews) 's Twitter Profile Photo

ADRE পৰীক্ষাঃ দেওবাৰে পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১.৩০ বজালৈ বন্ধ থাকিব ইণ্টাৰনেট সেৱা pragnews.com/regional-assam… #ADREexam #assamgovt #internetban #internetservice #PragNews

Prag News (@pragnews) 's Twitter Profile Photo

একাপ চাহৰ দাম ৩৪০ টকা! পশ্চিমবংগত চকু কপালত উঠিল পি চিদাম্বৰমৰ pragnews.com/national-assam… #tea #westbengal #tamilnadu #pchidambaram #PragNews