Sant Rampal Ji Assamese Satsang(@SantRampalJiASM) 's Twitter Profileg
Sant Rampal Ji Assamese Satsang

@SantRampalJiASM

জীৱ আমাৰ জাতি মানৱ আমাৰ ধৰ্ম।
হিন্দু,মুছলিম,শিখ খ্ৰীষ্টান ধৰ্মৰ পৃথক নহয় মৰ্ম।।

This is The Official Channel For The Satsang Of The Sant Rampal Ji Maharaj™️

ID:1650193849741094912

linkhttp://sanews.in calendar_today23-04-2023 17:44:46

772 Tweets

3,0K Followers

2 Following

Sant Rampal Ji Assamese Satsang(@SantRampalJiASM) 's Twitter Profile Photo

হেঁপাহ
যদি অতি হেঁপাহেৰে পৰমাত্মাৰ নাম জপ কৰা হয় তেন্তে শীঘ্ৰেই বিশেষ লাভ হ'ব।

মুক্তিদাতা সদগুৰু ৰামপাল মহাৰাজ


হেঁপাহ যদি অতি হেঁপাহেৰে পৰমাত্মাৰ নাম জপ কৰা হয় তেন্তে শীঘ্ৰেই বিশেষ লাভ হ'ব। মুক্তিদাতা সদগুৰু ৰামপাল মহাৰাজ #SantRampalJiAssameseSatsang #SantRampalJiMaharaj
account_circle
Sant Rampal Ji Assamese Satsang(@SantRampalJiASM) 's Twitter Profile Photo

সমৰ্থ কবীৰ
সমৰ্থ পৰমাত্মাই যি কাৰ্য কৰে সেইটো জীৱই কৰিব নোৱাৰে।
জগদগুৰু তত্ত্বদর্শী সন্ত ৰামপাল গুৰু মহাৰাজ


সমৰ্থ কবীৰ সমৰ্থ পৰমাত্মাই যি কাৰ্য কৰে সেইটো জীৱই কৰিব নোৱাৰে। জগদগুৰু তত্ত্বদর্শী সন্ত ৰামপাল গুৰু মহাৰাজ #SantRampalJiAssameseSatsang #SantRampalJiMaharaj
account_circle
Sant Rampal Ji Assamese Satsang(@SantRampalJiASM) 's Twitter Profile Photo

আপোনভোলা আত্মাৰ প্ৰকৃত প্ৰেমী পৰমাত্মা আকাশত স্থায়ীভাৱে বাস কৰে। তেওঁৰ কোনো ভেদ নাই, নাই কোনো মূল্য। তেওঁ অবিনাশী সাকাৰ ৰূপত আছে।

মুক্তিদাতা সদগুৰু ৰামপাল মহাৰাজ


আপোনভোলা আত্মাৰ প্ৰকৃত প্ৰেমী পৰমাত্মা আকাশত স্থায়ীভাৱে বাস কৰে। তেওঁৰ কোনো ভেদ নাই, নাই কোনো মূল্য। তেওঁ অবিনাশী সাকাৰ ৰূপত আছে। মুক্তিদাতা সদগুৰু ৰামপাল মহাৰাজ #SantRampalJiAssameseSatsang #SantRampalJiMaharaj
account_circle
Sant Rampal Ji Assamese Satsang(@SantRampalJiASM) 's Twitter Profile Photo

গৰীব, মেলৈ ঠেলৈ জাঈয়ো, মেলে বড়া মিলাপ।
পত্থৰ পানী পূজতে, কোঈ সাধু সন্ত মিল জাত।।

গৰীব, মেলৈ ঠেলৈ জাঈয়ো, মেলে বড়া মিলাপ। পত্থৰ পানী পূজতে, কোঈ সাধু সন্ত মিল জাত।। #SantRampalJiAssameseSatsang #SantRampalJiMaharaj
account_circle
Sant Rampal Ji Assamese Satsang(@SantRampalJiASM) 's Twitter Profile Photo

কুলৰ মালিক
পূৰ্ণব্ৰহ্ম
(সত্যপুৰুষ) হৈছে সত্যলোকত থকা অসংখ্য বিশ্বব্ৰহ্মাণ্ডৰ আৰু লগতে ব্ৰহ্মৰ একৈশ ব্ৰহ্মাণ্ড আৰু পৰব্ৰহ্মৰ সাতটা শংখ ব্ৰহ্মাণ্ডৰ প্ৰভু (স্বত্বাধিকাৰী), অৰ্থাৎ পৰমেশ্বৰ কবীৰদেৱ বংশৰ অধিপতি।

তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজ

কুলৰ মালিক পূৰ্ণব্ৰহ্ম (সত্যপুৰুষ) হৈছে সত্যলোকত থকা অসংখ্য বিশ্বব্ৰহ্মাণ্ডৰ আৰু লগতে ব্ৰহ্মৰ একৈশ ব্ৰহ্মাণ্ড আৰু পৰব্ৰহ্মৰ সাতটা শংখ ব্ৰহ্মাণ্ডৰ প্ৰভু (স্বত্বাধিকাৰী), অৰ্থাৎ পৰমেশ্বৰ কবীৰদেৱ বংশৰ অধিপতি। তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজ #SantRampalJiAssameseSatsang
account_circle
Sant Rampal Ji Assamese Satsang(@SantRampalJiASM) 's Twitter Profile Photo

আত্মাই পৰমাত্মাৰ বাবে ভ্ৰমি ফুৰিছে। আত্মাই পৰমাত্মাক লগ নোপোৱালৈকে তৃপ্ত হ’ব নোৱাৰে।

মুক্তিদাতা সন্ত ৰামপাল গুৰু মহাৰাজ


আত্মাই পৰমাত্মাৰ বাবে ভ্ৰমি ফুৰিছে। আত্মাই পৰমাত্মাক লগ নোপোৱালৈকে তৃপ্ত হ’ব নোৱাৰে। মুক্তিদাতা সন্ত ৰামপাল গুৰু মহাৰাজ #SantRampalJiAssameseSatsang #SantRampalJiMaharaj
account_circle
Sant Rampal Ji Assamese Satsang(@SantRampalJiASM) 's Twitter Profile Photo

কবীৰ, ভক্তি বীজ বিনসৈ নহী, আ পড়ে সৌ ঝোল। জৈ কঞ্চন বিষ্ঠা পড়ে ঘটে ন তাকা মোল।।


কবীৰ, ভক্তি বীজ বিনসৈ নহী, আ পড়ে সৌ ঝোল। জৈ কঞ্চন বিষ্ঠা পড়ে ঘটে ন তাকা মোল।। #SantRampalJiAssameseSatsang #SantRampalJiMaharaj
account_circle
Sant Rampal Ji Assamese Satsang(@SantRampalJiASM) 's Twitter Profile Photo

মায়াৰ ৰস
গৰীব, মায়া কা ৰস পিয় কৰ, হো গয়ে ভূত খঈস।
ঐসা সতগুৰু হম মিল্যা, ভক্তি দঈ বকসীস।।


মায়াৰ ৰস গৰীব, মায়া কা ৰস পিয় কৰ, হো গয়ে ভূত খঈস। ঐসা সতগুৰু হম মিল্যা, ভক্তি দঈ বকসীস।। #SantRampalJiAssameseSatsang #SantRampalJiMaharaj
account_circle
Sant Rampal Ji Assamese Satsang(@SantRampalJiASM) 's Twitter Profile Photo

জ্ঞান যোগ
গৰীব, মায়া কা ৰস পীয় কৰ, হো গয়ে ডামাডোল।
ঐসা সৎগুৰু হম মিল্যা, জ্ঞান যোগ দিয়া খোল।।

জ্ঞান যোগ গৰীব, মায়া কা ৰস পীয় কৰ, হো গয়ে ডামাডোল। ঐসা সৎগুৰু হম মিল্যা, জ্ঞান যোগ দিয়া খোল।। #SantRampalJiAssameseSatsang #SantRampalJiMaharaj
account_circle
Sant Rampal Ji Assamese Satsang(@SantRampalJiASM) 's Twitter Profile Photo

কুষ্টি হোৱে সন্ত বন্দগী কীজিয়ে।
হো বৈশ্যা কৈ বিশ্বাস চৰণ চিত দীজিয়ে।।

কুষ্টি হোৱে সন্ত বন্দগী কীজিয়ে। হো বৈশ্যা কৈ বিশ্বাস চৰণ চিত দীজিয়ে।। #SantRampalJiAssameseSatsang #SantRampalJiMaharaj
account_circle
Sant Rampal Ji Assamese Satsang(@SantRampalJiASM) 's Twitter Profile Photo

অৰ্থহীন আচৰণ এৰি দিয়ক
সদগুৰুকী গতি হৃদয় ধাৰে। ঔৰ সকল বকৱাদ নিৱাৰৈ।।

যি জ্ঞান সদগুৰুদেৱে কয়, সেই জ্ঞান অনুসৰি ভক্তি সাধনা কৰিব লাগে। তথা অন্য যি ব্যৰ্থৰ ভক্তি সাধনা তথা জ্ঞান আৰু নৃত্য-গীত, মাংস-মদিৰা সেৱন, ধঁপাত সেৱন, চুৰি, দুৰাচাৰ আদি কৰিবলৈ এৰি দিয়ক।
Sant Rampal Ji Maharaj

অৰ্থহীন আচৰণ এৰি দিয়ক সদগুৰুকী গতি হৃদয় ধাৰে। ঔৰ সকল বকৱাদ নিৱাৰৈ।। যি জ্ঞান সদগুৰুদেৱে কয়, সেই জ্ঞান অনুসৰি ভক্তি সাধনা কৰিব লাগে। তথা অন্য যি ব্যৰ্থৰ ভক্তি সাধনা তথা জ্ঞান আৰু নৃত্য-গীত, মাংস-মদিৰা সেৱন, ধঁপাত সেৱন, চুৰি, দুৰাচাৰ আদি কৰিবলৈ এৰি দিয়ক। @SaintRampalJiM
account_circle
Sant Rampal Ji Assamese Satsang(@SantRampalJiASM) 's Twitter Profile Photo

গুৰুৰ শৰণ
গুৰু কী শৰণা লীজে ভাঈ।
জাতে জীৱ নৰক নহী জাঈ।।
হে ভাই! হে মানৱ! গুৰুদেৱৰ শৰণ প্ৰাপ্ত কৰা, যাৰ ফলত জীৱ নৰকলৈ নাযাব।
জগদগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজ


গুৰুৰ শৰণ গুৰু কী শৰণা লীজে ভাঈ। জাতে জীৱ নৰক নহী জাঈ।। হে ভাই! হে মানৱ! গুৰুদেৱৰ শৰণ প্ৰাপ্ত কৰা, যাৰ ফলত জীৱ নৰকলৈ নাযাব। জগদগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজ #SantRampalJiAssameseSatsang #SantRampalJiMaharaj
account_circle
Sant Rampal Ji Assamese Satsang(@SantRampalJiASM) 's Twitter Profile Photo

প্ৰকৃত বন্ধু

যদি আমি তত্ত্বজ্ঞান পাওঁ তেন্তে আমি একমাত্র পৰমাত্মাকহে আমাৰ বন্ধু বুলি গণ্য কৰিম, সংসাৰত আমাৰ শত্ৰু বা বন্ধু নাথাকিব কাৰণ ইয়াত শত্ৰু-বন্ধুৰ অস্তিত্বই নাই।

মুক্তিদাতা সদগুৰু ৰামপাল মহাৰাজ


প্ৰকৃত বন্ধু যদি আমি তত্ত্বজ্ঞান পাওঁ তেন্তে আমি একমাত্র পৰমাত্মাকহে আমাৰ বন্ধু বুলি গণ্য কৰিম, সংসাৰত আমাৰ শত্ৰু বা বন্ধু নাথাকিব কাৰণ ইয়াত শত্ৰু-বন্ধুৰ অস্তিত্বই নাই। মুক্তিদাতা সদগুৰু ৰামপাল মহাৰাজ #SantRampalJiAssameseSatsang #SantRampalJiMaharaj
account_circle
Sant Rampal Ji Assamese Satsang(@SantRampalJiASM) 's Twitter Profile Photo

বাণী:- গুৰু বিন প্ৰেত জন্ম সব পাৱৈ।
বৰ্ষ সহস্ৰ গৰভ সো ৰহাৱৈ।।

বাণী:- গুৰু বিন প্ৰেত জন্ম সব পাৱৈ। বৰ্ষ সহস্ৰ গৰভ সো ৰহাৱৈ।। #SantRampalJiAssameseSatsang #SantRampalJiMaharaj
account_circle
Sant Rampal Ji Assamese Satsang(@SantRampalJiASM) 's Twitter Profile Photo

গুৰু বিন দান পূণ্য জো কৰঈ। মিথ্যা হোয় কবহু নহী ফলহী।।
গুৰু বিনু ভৰ্ম ন ছূটে ভাঈ। কোটি উপায় কৰে চতুৰাঈ।।

গুৰু বিন দান পূণ্য জো কৰঈ। মিথ্যা হোয় কবহু নহী ফলহী।। গুৰু বিনু ভৰ্ম ন ছূটে ভাঈ। কোটি উপায় কৰে চতুৰাঈ।। #SantRampalJiAssameseSatsang #SantRampalJiMaharaj
account_circle
Sant Rampal Ji Assamese Satsang(@SantRampalJiASM) 's Twitter Profile Photo

সাৰ শব্দ
গুৰু গুৰু মে ভেদ হৈ, গুৰু গুৰু মে ভাৱ। সোই গুৰু নিত বন্দিয়ে, শব্দ বতাৱে দাৱ।।

গুৰু শব্দ একেই যদিও গুৰুসকলৰ ভাৱ, বিচাৰ আৰু জ্ঞানত পাৰ্থক্য আছে। তেওঁলোকৰ মত একেধৰণৰ নহয়। যিজন গুৰুৱে সাৰ শব্দৰ জ্ঞান দিয়ে সেইজন গুৰুৰেই আপুনি সেৱা ভক্তি কৰক।
Sant Rampal Ji Maharaj

সাৰ শব্দ গুৰু গুৰু মে ভেদ হৈ, গুৰু গুৰু মে ভাৱ। সোই গুৰু নিত বন্দিয়ে, শব্দ বতাৱে দাৱ।। গুৰু শব্দ একেই যদিও গুৰুসকলৰ ভাৱ, বিচাৰ আৰু জ্ঞানত পাৰ্থক্য আছে। তেওঁলোকৰ মত একেধৰণৰ নহয়। যিজন গুৰুৱে সাৰ শব্দৰ জ্ঞান দিয়ে সেইজন গুৰুৰেই আপুনি সেৱা ভক্তি কৰক। @SaintRampalJiM
account_circle
Sant Rampal Ji Assamese Satsang(@SantRampalJiASM) 's Twitter Profile Photo

কবীৰ, পত্থৰ পূজে হৰি মিলে, তো মই পূজূ পহাৰ।
তাতে তো চক্কী ভলী, পীস খাএ সংসাৰ।।


কবীৰ, পত্থৰ পূজে হৰি মিলে, তো মই পূজূ পহাৰ। তাতে তো চক্কী ভলী, পীস খাএ সংসাৰ।। #SantRampalJiAssameseSatsang #SantRampalJiMaharaj
account_circle
Sant Rampal Ji Assamese Satsang(@SantRampalJiASM) 's Twitter Profile Photo

ৰাম নাম
সম্পূৰ্ণ বিশ্বাস কৰি যদি ৰাম নাম অৰ্থাৎ দীক্ষাত প্ৰাপ্ত কৰা মন্ত্ৰৰ জপ নকৰে তেন্তে নাম জপ কৰা নকৰা একেই।
মুক্তিদাতা সদগুৰু ৰামপাল মহাৰাজ


ৰাম নাম সম্পূৰ্ণ বিশ্বাস কৰি যদি ৰাম নাম অৰ্থাৎ দীক্ষাত প্ৰাপ্ত কৰা মন্ত্ৰৰ জপ নকৰে তেন্তে নাম জপ কৰা নকৰা একেই। মুক্তিদাতা সদগুৰু ৰামপাল মহাৰাজ #SantRampalJiAssameseSatsang #SantRampalJiMaharaj
account_circle